কৰ্ম ভাগ্য বুদ্ধিৰ মাজত কাৰ গুৰুত্ব বা শক্তি বেছি ? কোনটো শ্ৰেষ্ঠ ? এই কাহিনীয়ে জীৱনত চমৎকাৰ কৰিব
👇👇👇
পৃথিৱীত সকলো মানুহেই কৰ্ম কৰে। কিন্তু কৰ্ম কৰাৰ পিছতো বহুতে উন্নতীৰ জখলাৰে বগাব নোৱাৰে। বিফলতাৰ বাবে আমি সদায় ভাগ্যকেই দোষ দিওঁ। আচলতে আমাৰ বিফলতাৰ বাবে জগৰীয়া কোন? এই কাহিনীটো ভালদৰে চাই লওক, আপুনি সকলো প্ৰশ্নৰ উত্তৰ পাব।
Other videos
জীৱনত চমৎকাৰ আনিব পৰা আমাৰ আন Video সমূহৰ Links তলত দিছো 👇👇
প্ৰাৰ্থনা কৰাৰ পিছতো কিয় ভগৱানে সহায় নকৰে চাই লওক- https://youtu.be/YpVMWBBpwWA
যিকোনো বিষয় এবাৰ পঢ়িলেই মনত ৰোৱাতো বিচাৰে যদি এই ভিডিঅ’টো চাওক- https://youtu.be/mwSoOea3IYA
এই মন্ত্ৰটো জানিলে জীৱনত যি বিচাৰিব তাকেই পাব- https://youtu.be/5wSl4tDflXg
কাৰোবাক বহুত বেছি ভাল পাই যদি এবাৰ চাই লওক- https://youtu.be/m13uoMSfyKw
ধনী হোৱাৰ প্ৰকৃত পদ্ধতি জানি লওক- https://youtu.be/Qqx_v4lEGvY
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#inspirational
#assam
#assamese