MENU

Fun & Interesting

এডভাণ্টেজ আছামৰ অন্তিম দিনাও কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ

Pratidin Time 305 lượt xem 1 day ago
Video Not Working? Fix It Now

এডভাণ্টেজ আছামৰ অন্তিম দিনাও কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ। পৰ্যটন, শিক্ষা, প্ৰযুক্তি, স্বাস্থ্যখণ্ডত বিনিয়োগকাৰীৰ বিনিয়োগ। মেদান্তা হাস্পতালৰ ৫ হাজাৰ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ। মাল্টি স্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে বিনিয়োগ মেদান্তাৰ। কাজিৰঙাত ইক’ ৰিজ’ৰ্ট স্থাপনৰ বাবেও বিনিয়োগ।

#PratidinTime #AssamNews #assam #AdvantageAssam2

Comment