MENU

Fun & Interesting

'দেউতাই ২০০০ চনতেই মা, মোক আৰু বাইদেউক খেদি দিছিলে।' যোৰহাটৰ ঘটনাক লৈ মুখ খুলিছে চিকিৎসক পুত্ৰই

NB News 25,880 5 hours ago
Video Not Working? Fix It Now

'দেউতাই ২০০০ চনতেই মা, মোক আৰু বাইদেউক খেদি দিছিলে। তাৰ পাছৰে পৰা তেওঁৰ লগত কোনো সম্পৰ্ক নাই। মা, মোৰ, বাইদেউৰ লগত বহুত কিবাকিবি কৰিলে। ইমান কষ্ট পোৱাৰ পাছত আৰু...'- যোৰহাটৰ ঘটনাক লৈ মুখ খুলিছে চিকিৎসক পুত্ৰ অনলজ্যোতি বৰদলৈয়ে। Facebook: https://www.facebook.com/nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews

Comment