MENU

Fun & Interesting

ওদালগুৰিৰ এক নম্বৰ আমজুলি গাঁৱত সম্প্ৰীতিৰ এনাজৰী

NKTV PLUS 137,442 lượt xem 2 years ago
Video Not Working? Fix It Now

ওদালগুৰিৰ এক নম্বৰ আমজুলি গাঁৱত সম্প্ৰীতিৰ এনাজৰী। হিন্দু ধর্মৰ ৰীতি-নীতি অনুসৰি মন্দিৰত বিয়া পাতি দিলে হিন্দু যুৱক এজনৰ সৈতে মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱতীক। গাঁওবাসীৰ উপস্থিতিত সম্পন্ন হ’ল দুয়োৰে বিবাহ। হিন্দু ধর্মৰ নিয়ম অনুযায়ী হিন্দু ধৰ্মত দীক্ষা দিয়ে যুৱতীগৰাকীক।

Comment