MENU

Fun & Interesting

আম্বানীক বচাবলৈ বিধানসভাতো জীয়া ফাঁকিৰে তথ্য বিজেপি মন্ত্ৰীৰ।

The CrossCurrent 2,440 7 hours ago
Video Not Working? Fix It Now

‘দ্য ক্ৰছকাৰেণ্ট’ত ফাদিল অসম চৰকাৰৰ মন্ত্ৰীয়ে দিয়া ভুৱা তথ্য। আম্বানীক বচাবলৈ বিধানসভাতো জীয়া ফাঁকিৰে তথ্য বিজেপি মন্ত্ৰীৰ। এডভাণ্টেজ আছামৰ পূৰ্বৰ পৰা আম্বানীয়ে লৈ আহিছে এডভাণ্টেজ । আম্বানীৰ স্বাৰ্থত আৰু কিমান মিছা মাতিব বিজেপি চৰকাৰে? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Comment