MENU

Fun & Interesting

কইনাৰ সাজেৰে(নতুন বিয়ানাম)-ইনালী দত্ত(বিয়াৰ আৰম্ভণীৰ পৰা শেষলৈ)

Inali Dutta 25,499 lượt xem 5 years ago
Video Not Working? Fix It Now

বিয়া আৰম্ভণীৰ পৰা সামৰণিলৈকে সকলো সন্নিবিষ্ট কৰি প্ৰস্ত্তত কৰা বিয়ানামৰ সংকলন | কন্ঠদান কৰিছে ইনালী দত্তয়ে | সহযোগ কৰিছে দীপিকা ভৰালী আৰু সবিতা দত্তয়ে | আশা কৰিছো আপুনি নিশ্চয় এই চিৰসেউজ গীতটি উপভোগ কৰিলে | আমাৰ উদ্দেশ্য পুৰণি কৃষ্টি সংস্কতি নৱ-প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া | তাৰবাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন | আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেন্ট বক্সত জনাব | যদি ভাল লাগিল তেন্তে বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো Subscribe কৰিলৈ নাপাহৰিব |

Comment