কাপোৰ খুলি গা ধোৱা সকলৰ জীৱনত কি হয় এবাৰ চাওক | স্বামী-স্ত্ৰীৰ বাবে বেছি জৰুৰী | Jai Shree Krishna
About this video - সময়ৰ লগে লগে আমি বহু নিয়ম এৰাই চলিবলৈ লৈছো। কিন্তু এতিয়াও এনে কিছু নিয়ম আছে যিবোৰ আমি সদায় মানি চলো। যেনে পুৱা-গধুলি ভগৱানক আৰাধনা কৰা, শ্ৰাদ্ধ-সকাম-নিকাম আদি কাৰ্য্য সম্পাদন কৰা। কিন্তু তাৰ মাজৰে আন এক অতি গুৰুত্বপূৰ্ণ নিয়ম হৈছে- স্নান। হিন্দু ধৰ্মত স্নান কৰোতেও কিছু গুৰুত্বপূৰ্ণ নিয়ম মানি চলা হয়। এই ভিডিঅটোত স্নান কৰোতে মানি চলিবলগীয়া এনে কিছু নিয়মৰ বৰ্ণণা কৰা হৈছে, যি নিয়ম মানি চলিলে আপোনাৰ ঘৰৰ পৰা দুখ-সমস্যা নোহোৱা হোৱাটো খাটাং। আপুনিও যদি নিয়ম-নীতিৰ মাজেৰে আগবাঢ়িব বিচাৰে, ভগৱানক বিশ্বাস কৰে, তেন্তে ভিডিঅটো এবাৰ চাওক।
other videos -
https://youtu.be/aeaxRxGJHcc?si=erlwPnotc2cBBfh8
https://youtu.be/U3Gy9kzlVwk?si=IZDSEyGqZzbE8fGc
https://youtu.be/TWf7_gsqc-U?si=ElHAurirp9yBuRPl
https://youtu.be/E6vFJAwc-c8?si=hcWwcB6YGPwrIGj1
https://youtu.be/5OM_XLO73YA?si=58rNeQQi7dJ5Iqp4
https://youtu.be/kroYmu6QDI4?si=b5SWjTao32yxbYBD
https://youtu.be/lHSrLr23GMI?si=Uqk3YPBn1l11OOTe
https://youtu.be/lww0hG4FVjs?si=btLyZA8VsnMH7vFN
https://youtu.be/psqJruN3o8c?si=r5j_eF4Peztw4XpV
https://youtu.be/aD-zak2359I?si=vA5PwTJGgxLLzqJd
https://youtu.be/SNEHAc2ihPg?si=iKDsXVh_QX35B0Nq
https://youtu.be/qt7vmkecI0s?si=hsqWUeYvhaBxRhTi
https://youtu.be/RRipEDz0siI?si=qvGetDNNnwCNBl6I
#chitraranjannathvideos
#chitraranjannathmotivation
#chitraranjannath
#krishnavani
#krishna
#shrikrishna
#nirvastrasnan
#assam
#assamese
#motivationalvideo
#2024
#story