▶️গোলকগঞ্জ আৰক্ষীৰ জালত জমছেৰ আলী। হালাকুৰাৰ বিদ্যাৰডাবৰী পঞ্চম খণ্ড গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চুৰিৰ সন্দেহত জগদীশ চন্দ্ৰ বৰ্মন নামৰ লোকজনক হত্যাৰে অভিযুক্ত জমছেৰ। পূৰ্বে ছফিয়ৰ আলী আৰু মমিনুৰ আলী নামৰ দুজনকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।