ডঃ পীতাম্বৰ দেৱ গোস্বামী প্ৰভূৰ ভাষণৰ মাজে মাজে যদু দত্তৰ ভাওনা গীত।।Jodu dutta।।@sassamworld2999
নমস্কাৰ 🙏
আউনীআটী সত্ৰৰ সত্ৰধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে ভাওনা সম্পৰ্কে আগবঢ়োৱা ভাষণ ভাগিৰ মাজে মাজে ভাওনাৰ বিশিষ্ট গায়ন যদু দত্ত দেৱে ভাওনাৰ গীত পৰিৱেশন কৰা এটি সুন্দৰ ভিদিঅ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
সকলোৱে ভিদিঅ টি চাব আৰু like,comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏
#ভাওনা
#bhauna
#assamesebhauna
#vauna
#sassamworld