পিতৃক এতিয়ালৈকে জনোৱা নাই পুত্ৰৰ...খবৰ। তিনিদিন পূৰ্বেই মাতৃৰ কাজ-কৰ্ম শেষ কৰি আহিছিল গুৱাহাটীলৈ। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত ঘটিল অঘটন...