MENU

Fun & Interesting

সভাপতি পদক লৈ কংগ্ৰেছত অচলাৱস্থা, অন্তঃকন্দলত জৰ্জৰিত কংগ্ৰেছ

News Live 2,172 6 hours ago
Video Not Working? Fix It Now

⭕ সভাপতি পদক লৈ কংগ্ৰেছত অচলাৱস্থা, অন্তঃকন্দলত জৰ্জৰিত কংগ্ৰেছ। ৫-৬ দিন ধৰি দিল্লীত বাহৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ। আজি দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কংগ্ৰেছৰ জৰুৰী বৈঠক। সংকট মোচনৰ বাবে তলবকাৰ্যকৰী সভাপতি, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু অন্যান্য গোটৰ সভাপতিসকলক। ৰাহুল গান্ধী আৰু তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত বিয়লি অনুষ্ঠিত হ'ব বৈঠক। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/

Comment