MENU

Fun & Interesting

দেশৰ বিদেশ নীতি আৰু ভাৰতৰ স্থিতিক লৈয়ে আজিৰ ‘অভিমত’,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Pratidin Time 22,079 lượt xem 3 weeks ago
Video Not Working? Fix It Now

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ল’লে কঠোৰ সিদ্ধান্ত
নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল অনুপ্রৱেশ বিৰোধী কঠোৰ স্থিতি
ৰাষ্ট্রপতি নিৰ্বাচিত হৈয়ে লৈছে ইটোৰ পিছত সিটো দৃঢ় পদক্ষেপ
পৰিণতিত হাতত হেণ্ডকাফ, ভৰিত শিকলি লৈ দেশ পালেহি ১০৪জন ভাৰতীয়
ড’নাল্ড ট্রাম্পৰ অতি ঘনিষ্ঠ বন্ধু দেশৰ প্রধানমন্ত্রী মোডী আজি মৌন
বিশ্বগুৰু হ’বলৈ যোৱা ভাৰতৰ বাবে এয়া কিহৰ ইংগিত?
চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰো ভাৰত বিৰোধী স্থিতি আজি স্পষ্ট
মৌলবাদী শক্তিৰ উত্থানত বাংলাদেশত আজি উভতনি যাত্রা
ভাৰতৰ বন্ধু ৰাষ্ট্রখন হঠাৎ‍ পাকিস্তানৰ বন্ধু হৈ উঠিছে
বাংলাদেশৰ শেহতীয়া স্থিতিকলৈও মৌন প্রধানমন্ত্রী মোডী
বিশ্বগুৰু হ’বলৈ যোৱা ভাৰতৰ বাবে এয়া কিহৰ ইংগিত?
সঁচাকৈয়ে কৰ’বাত ব্যৰ্থ হৈছে নেকি দেশৰ বিদেশ নীতি?
দেশৰ বিদেশ নীতিক লৈ আজি উত্তাল হৈছে দেশৰ সংসদ
সদনৰ ভিতৰে-বাহিৰে তীব্র প্রতিবাদ কৰিছে বিৰোধীয়ে
দেশৰ বিদেশ নীতি আৰু ভাৰতৰ স্থিতিক লৈয়ে আজিৰ ‘অভিমত’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

#Pratidintime #Assamnews #Abhimat

Comment