চচলত আজি ধৰ্ণা নহয়, মিঠাই খাই ,নাচি বাগি আনন্দ স্ফূৰ্তি ৰান্ধনী সন্থাৰ।
চচলত আজি ধৰ্ণা নহয়, মিঠাই খাই ,নাচি বাগি আনন্দ স্ফূৰ্তি ৰান্ধনী সন্থাৰ। চচলত 'মুখ্যমন্ত্ৰী জিন্দাবাদ' ধ্বনি। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ক'লে- 'এইখন চৰকাৰে বহুত কৰিছে, মামাই আমাৰ দুখ বুজি পাই। মামাক ধন্যবাদ'