MENU

Fun & Interesting

ভীমবৰ দেউৰীক মনত আছেনে? জিন্নাৰ ৰঙা চকুক ভয় নকৰা অসমৰ সিংহগৰাকীৰ কাহিনী

Tridib Bhagabati 18,673 lượt xem 2 months ago
Video Not Working? Fix It Now

ভীমবৰ দেউৰীক মনত আছেনে? জননেতা ভীমবৰ দেউৰীৰ কাহিনী

#assamese #অসমীয়া #assamesevideo

0:00 - 1:52- আৰম্ভণি
1:52- 2:58 - শিক্ষা জীৱন; কটনত সন্মুখীন হোৱা বৈষম্য
2:58 -4:02 - প্ৰশাসনিক সেৱাতো মুখামুখি বৈষম্যৰ
4:03-4:25 - আইন শিক্ষা গ্ৰহণ
4:26-5:11 - ট্ৰাইবেল লীগৰ বলিষ্ঠ নেতৃত্ব
5:12 - 5:53 - CENSUS ত ট্ৰাইবেলসকলৰ অন্তৰ্ভুক্তি
5:54-6:18- জনজাতীয়সকলৰ শিক্ষাৰ বাবে পদক্ষেপ
6:19-7:04 - পমুৱা মুছলমানৰ সমস্যাৰ যুক্তিনিষ্ঠ উত্থাপন
7:05-8:10 - ব্ৰিটিছ ভাইচৰয়ৰ পৰা সাহসেৰে অসমৰ কাঠৰ মূল্য আদায়
8:11-8:34 - দুৰ্দান্ত অসম প্ৰেম
8:35-9:53 - জিন্নাৰ ৰঙা চকুক ভয় নকৰা ভীমবৰ দেউৰী
9:54 - 11:26 - মূল কথা
11:27 - 12:28 - জীৱনৰ শেষ সময়তো সততাৰ পৰিচয়

ভীমবৰ দেউৰী, সাহসী অসমীয়াজন, অসমীযা কাহিনী, দুৰ্দান্ত কাহিনী, Bhimbor deori, bhimbor deori 75 dead day, দেউৰী জনগোষ্ঠী, tridib bhagabati, gopinath bordoloi biography, দেউৰী সমাজ, অসমীয়া লোকপ্ৰিয়, সাহসী অসম, ভীমবৰ ইতিহাস, tridib্ ভগৱতী

Comment