বৰগীত, কীৰ্তন আৰু টোকাৰী গীতেৰে মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘গুৰু বন্দনা’
আজি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি
হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ প্ৰতিটো নামঘৰ আৰু সত্রানুষ্ঠান
বৰগীত, কীৰ্তন আৰু টোকাৰী গীতেৰে ষ্টুডিঅ’ত আজি ‘গুৰু বন্দনা’
বিদ্যাসাগৰ আৰু ৰিজুমণি গোস্বামীৰ সহশিল্পীসকলৰ বিশেষ অনুষ্ঠান
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘গুৰু বন্দনা’
#PratidinTime #TirobhavaTithiofMahapurushSrimantaSankardeva #assam #show #GuruBondona