MENU

Fun & Interesting

কি হৈছে প্ৰকৃতিত ? দুমাহত ৭টাকৈ ভূমিকম্প অসমত।

TIME8 News 3,840 lượt xem 1 day ago
Video Not Working? Fix It Now

কি হৈছে প্ৰকৃতিত ? দুমাহত ৭টাকৈ ভূমিকম্প অসমত। ইটোৰ পিছত সিটো ভূমিকম্পত কঁপিছে ভাৰত। কম্পন অব্যাহত হিমালয় অঞ্চলত। বছৰৰ আৰম্ভণিৰ পৰা ইটোৰ পিছত সিটো ভূমিকম্পই কঁপাইছে অসম। বছৰৰ প্ৰথম দিনটোতে ভূমিকম্পই জোকাৰি গৈছিল অসম, নেপাল, চীন, তিব্বত। তাৰ পাছত ২১, ২২, ২৩ জানুৱাৰীত একেৰাহে ৩ দিন কম্পন। ৩ ফেব্ৰুৱাৰীতো একেদিনাই দুটাকৈ কম্পন। ১৫ ফেব্ৰুৱাৰী আৰু ২৭ ফেব্ৰুৱাৰীত ৫.২ প্ৰাবল্যৰ ভূইঁকপে জোকাৰি গ'ল অসম।

Comment