INSTAGRAM: #https://www.instagram.com/bhaskarfitnesslover?igsh=cTA3aHp3ZTR1cXQy
#অসমীয়াভিডিঅ
#sankarsangha
#medammefi
#medammefi
#sankarsanghabitarko
#newsassam
#newslive
#assameseculture
#assamese
#sankarsangha
#sangbidhan
assam #assameseculture
#srimantasankardev
#sankarsangha
#sankarsanghavstaipa
#taipa
#sankarsanghasanbidhan
#assamviralvideo
সময়ত তেওলোক দুয়োটা অনুস্থানকে বুজাবুজি আৰু সম্প্ৰীতিৰ ভাৱেৰে আগবাঢ়িবলৈ অনুৰুধ জনাইছো । কৃষ্ণ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ সংঘাতৰ সময়ত তেওলোক দুয়োটা অনুস্থানকে বুজাবুজি আৰু সম্প্ৰীতিৰ ভাৱেৰে আগবাঢ়িবলৈ অনুৰুধ জনাইছো । কৃষ্ণ । আপোৰ কথাত মই সন্মত মাত্ৰ এটাৰ বাহিৰে ।
নামেই যাৰ মুলমন্ত্ৰ " এক শৰণ হৰি নাম ধৰ্ম " অৰ্থাত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰচাৰিত ধৰ্মৰ মুল সাৰ হৈছে এক দেৱ উপাসনা আৰু কেৱল নাম ইয়াৰ ইপাসনাৰ আৰ্হি যি সম্পুৰ্ণ ভাগৱত শাস্ত্ৰ সন্মত । আপুনি নিজে হয়তু পাঠ কৰি চোৱা নাই নাইবা তেনেকুৱা ভাগৱত ব্যাখ্যনুস্থাত গুৰুত্বদি শুনা নাই ।
বৰগীত-ভাঁওনাৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰা নাই , প্ৰত্যেক বচৰি শিশু, যুৱ আৰু আনকি আইসমাৰোহ অনুস্থিত হয় আঞ্চলিক, জিলা আৰু ৰাজ্যিক(মূল) ভিত্তিত ।
শংকৰ সংঘত সকলো সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ আছে যাৰ ফলস্বৰূপে ই উত্তৰ পুৱৰ সৰ্ববৃহত অনুস্থান । আপুনি মোক ইয়াৰ বাহিৰে বৰ্তমান অসমত অন্য এক অনুস্থানৰ নাম কব পাৰিবনে যত সকলো জাতি-জনগোষ্ঠীক সমান মৰ্যদা দিয়া হয় ।কথা কৈ থকাজনৰ বাবে লিখিছো ) শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়ম কেৱল আহোম সম্প্ৰদায়ক বাবে নহয় ,ইয়াত অন্তৰ্ভুক্ত সকলোৰে বাবে এখনেই সংবিধান । সংঘই কাকো অপমান নকৰে কিন্তু সেই সকলো ব্যক্তিকে তেওঁৰ ভুল দেখুৱাই দিব যিজনে অন্তৰ্ভুক্ত ধৰ্মৰ বিপৰীতে গৈ কিবা কৰ্ম কৰে তেঁও যিকোনো জাতি-জনগোষ্ঠীৰে হব পাৰে ।
এতিয়া প্ৰশ্ন হয় যে যে বৰ্তমান উল্লেখিত ব্যক্তিগৰাকীয়ে মে-দাম-মেফি উৎসৱ ত অংশ লৈছে। তাত কি কাম আছিল যি গুৰুজনাৰ ধৰ্মৰ বিৰুদ্ধ ।
১। যদি তাত পুজা পাতল হৈছে তেন্তে সি সম্পুৰ্ণ এক নামধৰ্ম বিৰেধী কাম ।
২। যদি ব্ৰাহ্মণ লগাই কৰ্ম কৰা হৈছে তেন্তে সিও এক এই ধৰ্মৰ বিপৰীত কৰ্ম ।
৩। যদি বলী-বিধান হৈছে তেন্তে অতি ভুল কথা ।
৪।