MENU

Fun & Interesting

ভূপেন বৰাৰ মতে কিয় ভগৱানে ক্ষমা নকৰিব মুখ্যমন্ত্রীক?

Pratidin Time 31,286 2 days ago
Video Not Working? Fix It Now

APSC কেলেংকাৰীৰ তদন্তৰ প্রতিবেদনত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নাম সাঙোৰ খোৱাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে কংগ্রেছ দল। বিশেষকৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে বিজেপিৰ একাংশ নেতাই প্রয়াত তৰুণ গগৈক APSCৰ দুৰ্নীতিৰ চৰ্দাৰ আখ্যা দিয়া কাৰ্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ মতে, APSCৰ দুৰ্নীতি সন্দৰ্ভত মূল বিষয়ৰ পৰা আঁতৰি চালে-বেৰে কোবোৱা কথা কৈছে চৰকাৰী পক্ষই। #PratidinTime #AssamNews #BhupenBorah #HimantaBiswaSarma

Comment