MENU

Fun & Interesting

ছয়গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

Pratidin Time 1,404 3 days ago
Video Not Working? Fix It Now

ছয়গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এখন ট্রাকৰ পৰা ডকাইতৰ দলে লুটি লৈ গ’ল প্রায় ২ লাখ টকা। ট্রাকখনক আগছি ধৰিছিল এখন ডাম্পাৰ আৰু ছুম’ বাহনে। বাহন দুখনত থকা ডকাইতৰ দলটোৱে প্রথমে মাৰধৰ কৰে ট্রাকখনত থকা চালক-হেণ্ডিমেনক। তাৰ পাছত ট্রাকখনৰ পৰা লুটি লৈ যায় ধন। #pratidintime #assamnews #chaygaon

Comment