MENU

Fun & Interesting

হৃদয় বিদাৰক, জোৰণৰ দিনাই দুৰ্ঘটনাত মৃত্যু কইনাৰ দেউতাক আৰু ভিনিহিয়েকৰ

News Live 177,671 4 months ago
Video Not Working? Fix It Now

📌হৃদয় বিদাৰক, জোৰণৰ দিনাই দুৰ্ঘটনাত মৃত্যু কইনাৰ দেউতাক আৰু ভিনিহিয়েকৰ। তিনিচুকীয়াত পথ দুৰ্ঘটনাত শিশুসহ ৪জনৰ কৰুণ মৃত্যু। বিয়াৰ বাবে বিহাৰৰ পৰা আহিছিল কইনাৰ বায়েক-ভিনিহিয়েকসহ ৪জনীয়া দল। পিছে জোৰণৰ দিনাই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৪জনক। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/

Comment