জুবিন দা গৈ আছো মই 😂😂 নালাগে আহিব তই II Prank Call Zubeen Garg style ত, হাঁহি হাঁহি চাওঁক শেষলৈ
এটি সুন্দৰ Prank Call ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আশাকৰোঁ আপোনালোক নিশ্চয় ভাল পাব।
হিয়াৰ আমঠু জুবিন গাৰ্গৰ Style ত অলপ চেষ্টা।
ভিডিঅ'টি শেষলৈ উপভোগ কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻🙏🏻
#prank #zubeengarg