MENU

Fun & Interesting

মাজুলীবাসীৰ বাবে ভাল খবৰ । ২০২৫ৰ ভিতৰত সম্পূৰ্ণ হ’ব দলং নিৰ্মাণৰ কাম

NB News 54,093 lượt xem 5 months ago
Video Not Working? Fix It Now

২০২৫ৰ ডিচেম্বৰৰ ভিতৰত সম্পন্ন হ’ব যোৰহাট-মাজুলী সংযোগী দলং৷ বন্ধ হৈ থকা নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিবৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ৷ বিগত ২৩ দিনে বন্ধ হৈ আছিল যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য৷


A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.

Facebook: https://www.facebook.com/nbnewstv

#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Comment