ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ জয়ঢোল বজালেও এই নিযুক্তি হোৱা কেলেংকাৰীক সংবাদমেলৰ জৰিয়তে উদঙাই দিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ৫ গৰাকী নৱ নিযুক্তই বয়স ফাঁকিৰে নিযুক্তি পোৱাৰ সবিশেষ তথ্য দাঙি ধৰিছিল অজাপৰ সভাপতিগৰাকীয়ে। এই ৫ গৰাকী নৱ নিযুক্তৰ মাজৰ শুৱালকুছিৰ জোনালী ভৰালী দাস নামৰ মহিলাগৰাকীয়ে এইবাৰ সাংবাদিকৰ সন্মুখত মুখ খুলিছে।
#PratidinTime #assam #JobScam