নিভাঁজ অসমীয়াই দুখৰ চকুলো টুকিলে
আবেগৰ সাগৰ বোৱাই ,সেই আবেগৰ সুযোগ লৈ
কোনোবাই দেখোন নিজৰেই বিহু পাতিলে
সমাধিৰ পাৰটি তয়েই যদি আছিলি দুখ নকৰিবি ককাই ,মানুহবোৰ এনেকুৱাই ,,,,,,,
নতুনক সোঁৱৰাম তোৰ এই ইতিহাস
সেয়ে সামৰি থলোঁ এনেকৈয়ে ,,,,,,
মনত ৰাখিম তোৰ এই আদৰ্শ
🙏🙏🙏🙏🙏🙏🙏🙏🙏