১০ এপ্ৰিলত লাখ লাখ হিতাধীকাৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন || ৰাজ্যত আৰম্ভ হল অৰুণোদয় ৩.০ বাচনি
১০ এপ্ৰিলত লাখ লাখ হিতাধীকাৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন || ৰাজ্যত আৰম্ভ হল অৰুণোদয় ৩.০ বাচনি
ভিডিওটোত আত্মসহায়ক গোট তথা লাখপতি বাইদেউ আচঁনিৰ মহিলা সকলোক লৈ আলোচনা কৰা হৈছে। যেনে কেতিয়া সোমাব লাখপতি গোটৰ ১০হাজাৰ টকা? কোনো কোনো লাভ কৰিব এই ধন আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰা হৈছে। গতিকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিওটো চোৱাৰ অনুৰোধ জনালোঁ ধন্যবাদ।
#orunodoiasoni #orunodoischeme #orunodoi #orunodoi_asoni_big_news #orunodoi3.0 #selfhelpgroups #orunodoischemeassam #orunodoi3 #assamesenews #assamesenewstoday #himantabiswasarma #ranojpegu #students&jobmedia