MENU

Fun & Interesting

অসম আৰু অসমীয়াৰ বাবে আছু আৰু উৎপল শৰ্মাৰ কি কি পৰিকল্পনা?

BAARTA LAAP 49,521 4 months ago
Video Not Working? Fix It Now

কেনেকৈ আছুৰ সভাপতি হৈছিল উৎপল শৰ্মা? প্ৰত্যক্ষ ৰাজনীতিলৈ কেতিয়া যাব উৎপল শৰ্মা? আছু,চান্দা, আন্দোলন আৰু অসম। আছুৰ নেতৃত্ব আৰু অৰ্থনৈতিক স্বাৱলম্বিতা। আছুত বিবাহ আৰু প্ৰেম । আছুৰ বগা চোলা আৰু ক'লা পেন্ট । উৎপল শৰ্মাই দায়িত্ব লৈ কি কি কৰিলে অসম আৰু অসমীয়াৰ বাবে ? অসম আৰু অসমীয়াৰ বাবে আছু আৰু উৎপল শৰ্মাৰ কি কি পৰিকল্পনা? অসম আন্দোলনৰ সময়ত জন্ম নোহোৱা আজিৰ আছু নেতা আৰু আবেগ ? চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ আজিৰ বাৰ্তালাপ আছুৰ সভাপতি উৎপল শৰ্মাৰ সৈতে। https://twitter.com/baartalaap https://www.instagram.com/baarta_laap/ https://www.facebook.com/Baartalaapdotin/ https://baartalaap.in/

Comment