▶️ দেখিলে অনুমান কৰিব নোৱাৰিব তেওঁৰ প্ৰকৃত বয়স। মানুহক প্ৰকৃত বয়সৰ প্ৰমাণ দিবলৈ দেখুৱাব লগা হয় প্ৰমাণ পত্ৰ। বিভিন্ন সময়ত উপেক্ষিতও হ'ব লগা হয় তেওঁ। প্ৰেম কি নাজানে মানুহজনে। নাজানে প্ৰেমৰ অনুভৱ কেনেকুৱা! দেৱাশিষ ভূঞা নামৰ যুৱকজনৰ জীৱন সংগ্ৰাম সামৰি আমাৰ এক প্ৰতিবেদন।