ঘৰতে পচন সাৰ তৈয়াৰ কৰি কৃষি কৰ্মত ব্যৱহাৰ কৰিব পৰা যায়। শাক পাচলি খেতি কৰিবলৈ পচন সাৰ প্ৰয়োগ কৰিব পাৰি। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক বা পচন সাৰ প্ৰয়োগ কৰা শাক-পাচলি ভাল । বহুত বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।
আমি চাৰি বন্ধুৱে মিলি পচন সাৰ তৈয়াৰ কৰিছোঁ।
অনিল, ৰূপেশ, সুভাস আৰু মই।।
#ranjit_sanga_official
#organic_fertilizer
#Compost_Fertilizer
#Agriculture
#SaveNature