ঘৰতে ঘৰুৱা সামগ্ৰীয়ে এইদৰে চাবোন বনাওঁক। এই চাবোন টুকুৰাই আপোনাৰ ছালখন বগা আৰু উজ্জ্বল কৰি তুলিব।।
ঘৰতে ঘৰুৱা সামগ্ৰীয়ে বনোৱা চাবোন যি আপোনাৰ ছালৰ উজ্জলতা দুগুণ বৃদ্ধি কৰিব। কেতিয়াবা দেখা যায় কেমিকেল যুক্ত Face wash বা cleanser ব্যৱহাৰ কৰাৰ ফলত আমাৰ ছালৰ উজ্জ্বলতা আৰু কোমলতা নাইকিয়া হৈ যায়। প্ৰকৃতিৰ পৰা পোৱা এনেবোৰ সামগ্ৰীয়ে আপোনাৰ ছালৰ যত্ন ল'ব পাৰে।
skin & hair care related video সমূহ Niyordeepa Lifestyle Channel টোত ভবিষ্যতলৈও পাই থাকিব ।
Please subscribe my channel
Thanks for watching my video
My another Channel Niyordeepa lifestyle vlog
https://youtu.be/jlN_l9VwecQ