NKTVত আজি এক নতুন ব্যতিক্ৰমী অনুষ্ঠান
সত্য, কেৱল সত্য কথাৰে ‘যি ক’ম সঁচা ক’ম’
প্রথম খণ্ডৰ অতিথি বিশ্বজিৎ দৈমাৰী
বিধানসভাৰ অধ্যক্ষ হিচাপে তেওঁ ক’ব অনুভৱৰ কথা
ক’ব আজি তেওঁৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ বিষয়ে
ৰাইজৰ অভিযোগৰ উত্তৰ দিব আজি পোনপটীয়াকৈ
বিশ্বজিৎ দৈমাৰীয়ে পক্ষপাত কৰাৰ অভিযোগ!
কিছু বিধায়কক কম সময় দিয়ে বিশ্বজিৎ দৈমাৰীয়ে!
বিধানসভাৰ অধ্যক্ষই নিৰ্বাচনী প্ৰচাৰ চলাব পাৰেনে?
কিয় নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল অধ্যক্ষ দৈমাৰীয়ে?
বিটিআৰলৈ উভতি যাব নেকি বিশ্বজিৎ দৈমাৰীয়ে?
বিটিআৰত বিজেপি মানে বিশ্বজিৎ দৈমাৰী?
বিধায়ক হিচাপে কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিছে?
কিমান নিৰপেক্ষ বিধানসভাৰ অধ্যক্ষজন?
বড়োভূমিৰ অনা-বড়ো সন্দৰ্ভত কি কয় তেওঁ?
কাঠগড়াত কেতিয়া গৈছিল বিশ্বজিৎ দৈমাৰী?
সাংবিধানিক প্ৰট’কল নাভাঙি কেনেকৈ অনুষ্ঠানটোত ভাগ ল’লে?
মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পোনপটীয়া প্ৰশ্ন দৈমাৰীলৈ
বিভিন্ন অভিযোগ, বিশ্বজিৎ দৈমাৰীৰ উত্তৰ
বনজিৎ আৰু জবাৰ সৈতে আমাৰ নতুন অনুষ্ঠান
‘যি ক’ম সঁচ ক’ম’