MENU

Fun & Interesting

নতুন কথা লৈ নতুন ৰূপত জুবিন গাৰ্গ..কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে ‘জুবিন Special’

Pratidin Time 48,648 6 months ago
Video Not Working? Fix It Now

আপুনি পূৰ্বে নেদেখা ৰূপত প্রতিদিন টাইমত জুবিন গাৰ্গ নতুন বিষয়, নতুন কথা লৈ নতুন ৰূপত জুবিন গাৰ্গ খাৰঘুলিৰ পৰা আহি জু-ৰোডত কিদৰে আছে জুবিন গাৰ্গ? আজি জুবিনৰ সৈতে নতুন চিনেমাৰ কথা, নতুন গানৰ কথা ৰাজ্যৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ কথাও জুবিনৰ মুখত নতুন প্রজন্মলৈ জুবিন গাৰ্গৰ বিশেষ কেইটামান আহ্বান? গীতৰ লগতে দিনে-নিশাই চিনেমাৰ সপোনত ব্যস্ত জুবিন আহি আছে জুবিন গাৰ্গৰ নতুন ছবি ‘চিকাৰ’ ‘চিকাৰ’ কৰিবলৈ এইবাৰ লণ্ডন পালেগৈ জুবিন গাৰ্গ দৰ্শকে কিয় চাব লাগে ‘চিকাৰ’, ক’লে জুবিন গাৰ্গে ‘চিকাৰ’ৰ পৰিচালক আৰু কেইবাগৰাকীও কলা-কুশলী জুবিনৰ জীৱন, জুবিনৰ গীত আৰু জুবিনৰ চিনেমাৰ কথাৰে.... কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে ‘জুবিন Special’ #pratidintime #assam #zubeengarg #sikar

Comment