সৰুপাই দাস ওজাদেৱৰ পৰিচয় ঢোলৰ কথাৰে ☺️২০০৭ চনৰ ১ জানুৱাৰী তাৰিখে মঘাই ওজা শিল্পী বঁটা লাভ কৰিছিল, তেখেতৰ সম্পূৰ্ণ পৰিচয়ৰ ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিবলৈ পাই সুখী হ'লো🙏
ঢোলবাদন-- সৰুপাই দাস ওজা
তাল-- মানস দাস, স্বাগত শ্যামল বৰা
কেমেৰা-- আচৰ্য কাশ্যপ
পৰিচালনা-- জনম কাশ্যপ