ভাগৱতৰ তিনি জোড়ীৰ বক্তা আৰু শ্ৰোতা কোন ? দেৱৰ্ষি নাৰদ, মহাপণ্ডিত,ব্যাসমুনি থকাৰ পাছতো ৰজা পৰীক্ষিতকহে শ্ৰেষ্ঠতম বুলি কিয় কোৱা হয় ?