▶️ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ ৰিণিমা বৰা আগৰৱালে
▶️ ‘Mrs India Galaxy 2024’ খিতাপ জিনিবলৈ সক্ষম হ’ল ৰিণিমা বৰা
▶️ অসমৰ জীয়ৰী বাংগালুৰুৰ বোৱাৰী ৰিণিমা বৰা আগৰৱাল
▶️ কেঁচা ঘৰ হোৱাৰ বাবেই ৰিণিমাৰ ঘৰলৈ নাহিছিল আত্মীয় স্বজন
▶️ কল চেণ্টাৰত কাম কৰি, ঋণ লৈ অধ্যয়ন কৰিছিল ৰিণিমাই
▶️ Beauty Pageantৰ বাবেই ১৬ঘণ্টাকৈ পঢ়িছিল ৰিণিমা বৰাই