MENU

Fun & Interesting

সমগ্ৰ মানৱজাতি মংগলৰ কাৰণে গুৰু বাৰ্তা প্ৰকাশ।কৃষ্ণগুৰুআন্তৰাষ্ট্ৰীয় পৰিচালনা সমিতি দ্বাৰা প্ৰচাৰিত

Video Not Working? Fix It Now

সমগ্ৰ মানৱজাতি মংগলৰ কাৰণে গুৰু বাৰ্তা প্ৰকাশ।কৃষ্ণগুৰুআন্তৰাষ্ট্ৰীয় পৰিচালনা সমিতি দ্বাৰা প্ৰচাৰিত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ১২দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন ।। * ৩১ জানুৱাৰীৰ পুৱাৰে পৰা বৈকুণ্ঠপুৰীলৈ পৰিণত হল কৃষ্ণগুৰুৰ সেৱাশ্ৰমৰ চৌহদ।। * ১২দিনীয়া অখণ্ড কীৰ্তন পাঠ ১২ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত সামৰণি পৰিব।। * এই অখণ্ড কীৰ্তনত ভাগ লয় বিশ্বৰ ১০৭খন কৃষ্ণগুৰু শাখা সেৱাশ্ৰমে।। * অখণ্ড কীৰ্তনৰ সমান্তৰালকৈ প্ৰতিদিনে বিয়লি অনুষ্ঠিত হয় একোখনকৈ ধৰ্মালোচনী সভা।। *জাতি , ধৰ্ম , বৰ্ণ, ভাষা,লিংগ নিৰ্বিশেষে সকলোলৈকে আমাৰ নিবেদন আপুনি/আপোনাসৱে মুক্তমনে "কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন"ত ভাগ লৈ কৃষ্ণগুৰু ঈশ্বৰৰ কৃপালব্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰে যেন 🙏।। ‌ জয় কৃষ্ণগুৰু🙏🙏

Comment