লক্ষ্যত উপনিত হোৱাৰ মূল মন্ত্ৰ কি ? সময়ৰ উপহাৰ কেনেদৰে গ্ৰহণ কৰিব লাগে? সপোন আৰু বাস্তৱৰ মাজত পাৰ্থক্য কি? কিমান মানুহ জীৱনৰ লক্ষ্যত উপনিত হ'ব পাৰে? সপোন বাস্তৱত ৰূপান্তৰ কৰিবলৈ সময়ৰ সৎ ব্যৱহাৰ কেনেদৰে কৰিব লাগে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰৰ সৈতে চক্ৰপাণি পৰাশৰৰ সৈতে ডঃ শৈলেন দাসৰ বাৰ্তালাপ।
#DrSailenDas
#ChakrapaniParashar
#Baartalaap
https://twitter.com/baartalaap
https://www.instagram.com/baarta_laap/
https://www.facebook.com/Baartalaapdotin/
https://baartalaap.in/