MENU

Fun & Interesting

বহুত দুখ দিয়াৰ পিছত ভগৱানে কেনেকৈ সলাই মানুহৰ জীৱন || Mahabharat motivation || Assamese ||

Be positive 149,474 lượt xem 1 year ago
Video Not Working? Fix It Now

বহুত দুখ দিয়াৰ পিছত ভগৱানে কেনেকৈ সলাই মানুহৰ জীৱন || Mahabharat motivation || Assamese ||
#motivational #inspirational #bepositive #god #mahabharat

About The Video --
বহুত দুখ দিয়াৰ পিছত ভগৱানে কেনেকৈ সলাই মানুহৰ জীৱন? এই প্ৰশ্নৰ উত্তৰ আমি মহভাৰতৰ কাহিনীৰ পৰা বিচাৰিব পাৰোঁ। মহাভাৰতৰ কাহিনীৰ মাজতেই বিচাৰি পোৱা যায় জীৱনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ। অধৰ্মৰ পক্ষ লোৱাৰ পিছতো কৰ্নৰ দৰে যোদ্ধাক আজিও কিয় শ্ৰেষ্ঠ বীৰ বুলি কোৱা হয় সেয়া আমি জানিব লাগিব। হাজাৰ চেষ্টা কৰিলেও অধৰ্মীজন যে বাচি থাকিব নোৱাৰে সেয়া আমি দুৰ্যোধনৰ পৰা শিকিব পাৰোঁ। এনেকুৱা কিছুমান বিষয়ক লৈয়েই প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো।


Your Queries --
ভগৱানে কিয় দুখ দিয়ে
দুখৰ পিছত কেনেকৈ জীৱন সলনি হয়
hame dukh kyun hota hai
bhagwan hame dukh kyun deta hai
মহাভাৰতৰ কাহিনী
মহাভাৰতৰ কাহিনী অসমীয়া
কৰ্ণৰ কাহিনী
ভীম দুৰ্যোধনৰ যুদ্ধ
god motivational video
karna vadh in mahabharat
karna motivational video
krishna arjun conversation
bheem duryodhan yuddh
दुर्योधन भीम का युद्ध
gandhari curse krishna mahabharat
geeta path assamese
geeta saar in hindi
assamese motivation
শকুনিৰ প্ৰতিশোধ
ভাওনা video
krishna vani


#motivational
#bepositive
#assamese
#inspirational
#krishnabhuyan
#krishnavani
#god
#spiritual
#assamesemotivationalspech
#mahabharat

Comment