MENU

Fun & Interesting

ভাগৱতে কি কৈছে মানুহৰ জীৱনৰ কথা?

NKTV PLUS 19,948 lượt xem 4 days ago
Video Not Working? Fix It Now

এজন পৃথক যুৱক আজি ষ্টুডিঅ’ত
দৃষ্টিহীন বিনীত বৰাৰ কাহিনী
প্ৰখৰ বুদ্ধিমত্তাৰ অধিকাৰী যুৱকজন
গীতা-ভাগৱতৰ তত্ত্বকথা বিনীতৰ মুখত
গাঁৱে গাঁৱে-চহৰে চহৰে বিনীতৰ ভাগৱত পাঠ শুনিবলৈ সহস্ৰাধিক ভক্ত
জীৱন মানে কি?
ভাগৱতে কি কৈছে মানুহৰ জীৱনৰ কথা?
আমি কিয় ইমান অসন্তুষ্ট?
হঠাৎ আমাৰ খং উঠে কিয়?
কিয় আমি অকলশৰীয়া অনুভৱ কৰোঁ?
হতাশাগ্ৰস্তৰ মুখ্য কাৰণ কি? কি কয় ভাগৱতে
ক’ব বিনীতে
ভাগৱতৰ সাৰমৰ্মৰ লগতে
গীতেৰেও হৃদয় জিনিব আপোনাৰ
বহু পুৰণি অসমীয়া গীত বিনীতৰ কণ্ঠত
সবাতোকৈ পৃথক অনুষ্ঠান আজি
‘দৃষ্টিহীনতাৰ সিপাৰে’
কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘খবৰৰ আঁৰৰ খবৰ’ত

Comment