এইখন অসমতে বাংলাদেশৰ পতাকা লগাই ৰাজপথত ঘুৰিছে অটোচালক। শিলচৰ চহৰৰ মাজমজিয়াত অটো’ৰ পিছফালে বাংলাদেশৰ পতাকা লগালে ফৈজুৰ ৰহমানে। বৰ্তমান আৰক্ষীৰ জালত ফৈজুৰ । কি শাস্তি হ'ব লাগে অটোচালক ফৈজুৰৰ? বিচাৰ কৰক ৰাইজে।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
https://www.facebook.com/asomlive24
https://www.youtube.com/channel/UCHYGrtDKVcpSYhWND68tfQw
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews