বজালীৰ দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ভূৱা পৰীক্ষাৰ্থী আটক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীগৰাকীয়ে।