▶️ এইবাৰৰ মেট্ৰিক পৰীক্ষাত বিশেষ কিছু অঘটন ঘটা নাই। ঠায়ে ঠায়ে নকল, মোবাইল উদ্ধাৰ হৈছে, সেয়া বাৰু স্বাভাৱিক। বৃহস্পতিবাৰে সমাজ বিজ্ঞানৰ পৰীক্ষাতহে হাহাকাৰ লাগিল ভৱানীপুৰত। এজন ছাত্ৰক দেখি সন্দেহ উপজিল নিৰীক্ষকৰ। তাৰ পাছৰখিনি শুনি আপুনিও অবাক হ’ব আপুনি...