অখিল গগৈৰ পত্নীৰ সকলো কথা ৰাইজে স্পষ্ট কৰিলে,ইয়াত তদন্তৰ প্ৰয়োজন নাই, জলজল-পটপটকৈ ওলাই আছে। নৈতিকভাৱে ইয়াৰ দায়িত্ব ল'ব লাগে অখিল গগৈ আৰু পত্নীয়ে। মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য।