MENU

Fun & Interesting

"অকল কংগ্ৰেছৰ সুবিধা হোৱাকৈ আসন এৰি দিয়া নহয়

News Live 4,547 10 hours ago
Video Not Working? Fix It Now

📌 "অকল কংগ্ৰেছৰ সুবিধা হোৱাকৈ আসন এৰি দিয়া নহয়, ২০২১ৰ নির্বাচন, ২০২৪ৰ লোকসভা নির্বাচন, উপ নির্বাচন সকলোতে কংগ্রেছে ৰামঠগন দিছে।" 📌 কংগ্ৰেছক হুংকাৰ দি স্বর্ত সাপেক্ষ মিত্ৰতাৰ প্ৰস্তাৱ অখিল গগৈৰ। 📌 মিত্ৰতা ভঙাৰ মূল কাৰণ কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতি। কংগ্ৰেছৰ গৃহকন্দল অন্ত নপৰিলে মিত্ৰতা কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য অখিল গগৈৰ। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/

Comment