MENU

Fun & Interesting

১ বিঘা মাটিত নেপিয়াৰ লগালে কিমান জনী ছাগলী পালন কৰিব পাৰি?

SWAGATAM farm 72,360 4 years ago
Video Not Working? Fix It Now

Hi friends I am Krishna Sharma your host & Dost Welcome to our YouTube channel SWAGATAM farming tips About this video ১ বিঘা মাটিত নেপিয়াৰ লগালে কিমান জনী ছাগলী পালন কৰিব পাৰি বিতংভাবে তথ্য দাঙি ধৰা হৈছে। About this channel Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়। Our channel playlist ছাগলী সম্বন্ধীয় Videos playlist https://youtube.com/playlist?list=PLVgWZ5gSARaa3ZzuAXQN_DYm24ne-x9kC ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist https://youtube.com/playlist?list=PLVgWZ5gSARabeFMr49-PFtwYBBv9nQ9xx SWAGATAM farming tips all videos playlist https://youtube.com/playlist?list=PLVgWZ5gSARaYSH_amPHK_vryWle47fLt7 SWAGATAM farming tipsৰ উদ্দেশ্য অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা। যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব। #assamgoatfarm #goatfarmassam #blackbengalgoatfarm #assamhillgoat #localgoatfarm #goatfarm #smallgoat #grassforgoat #goatfeed #goatfarm #supernapier #amazonsupernapier #smartnapier #rednapier #giantking #australianrednapier #ginigrass #subabul #napier #goat_disease #goat_food_poisoning #grass_in_flood #dhansia #gliricidia #betel_goat_farm #cross_breed_goat #Vitamin_b_complex_deficiency #sagoli_palan #assam_sagoli_palan #local_sagoli_farm_assam #local_sagoli_farm #assam_goat_farm #assam_goat_market #assam_goat #goat_farm_nagaon #assam_goat_farm_video #goat_farm_tezpur #ছাগলীৰ_ফাৰ্ম #ছাগলীৰ_খাদ্য #ছাগলী_ফাৰ্মত_লাভালাভ #ছাগলীৰ_বেমাৰ #ছাগলীৰ_দানা Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব। SWAGATAM farming tips Kaliabor, Nagaon 8638035590 Thank you

Comment