চালকৰ লাইচেন্সো আছে, বাহনৰ সকলো কাগজ-পত্ৰও আছে। তাৰ পিছতো আৰক্ষীয়ে কাটিলে ৪,৫০০ টকাৰ চালান। কিন্তু কিয়, সম্পূৰ্ণ ঘটনা শুনিলে আচিৰত হ’ব আপুনি? ভাবিবলৈ বাধ্য হ’ব যে ‘দৰমহাৰ টকাৰে পেট নভৰে নেকি’ তেওঁলোকৰ? আৰক্ষীৰ উৎপাতত ৰাজপথত বাহন চলাব নোৱৰা হৈছে নেকি ৰাইজে?
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
https://www.facebook.com/asomlive24
https://www.youtube.com/channel/UCHYGrtDKVcpSYhWND68tfQw
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews