ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ১০০ দিনত ভাৰতে উভতি ধৰিলে আমেৰিকা আৰু পশ্চিমীয়া দেশক।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ১০০ দিনত ভাৰতে উভতি ধৰিলে আমেৰিকা আৰু পশ্চিমীয়া দেশক। পশ্চিমীয়া দেশৰ নীতি শিক্ষামতে নচলে ভাৰত। ভাৰতক নীতি শিক্ষা দিয়াৰ পূৰ্বে আমেৰিকা আৰু পশ্চিমীয়া দেশক নিজে নিয়ম মানি চলাৰ আহ্বান ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ