গোপালকৃ কৃষ্ণ কৃষ্টি বিকাশ কেন্দ্ৰ; শুৱালকুছিৰ ২০তম বৰ্ষত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ৫৭৬তম বৰ্ষত প্ৰদৰ্শিত বাটৰ ভাও নাট ‘ গান্ধাৰীৰ অভিশাপ ’৷
মূল কাহিনী :- মহাভাৰত (শল্য পৰ্ব ৷)
নাট্যৰূপ / সংলাপ / পৰিচলনা :- মুকুট ভৰালী৷ শুৱালকুছি
সামগ্ৰিক পৰিকল্পনা :- হিমাংশু দাস ( পিঙ্কু) শুৱালকুছি ৷