MENU

Fun & Interesting

কম ঠাইত ভোট জলকীয়া খেতি।চিমেণ্ট বেগত ভোট জলকীয়া কেনেকৈ লগাব।কি কি দিব লাগে.,??

#Biswanath Agrifarm 1,063,195 4 years ago
Video Not Working? Fix It Now

Hi I m Lila. Welcome to our YouTube chennel Biswanath Agrifarm। Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads. THANK YOU কম ঠাইত ভোট জলকীয়া খেতি।চিমেণ্ট বেগত ভোট জলকীয়া কেনেকৈ লগাব।কি কি দিব লাগে.,?? About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব। #ভোটজলকীয়া#bhutjolokiya# Other link vidoes https://youtu.be/ZCSG1esDid0 জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব। https://youtu.be/HkEbQ4OU7ms ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে। https://youtu.be/SclPTrEkb2g নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব। https://youtu.be/jY_OzG8IPwE এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি। https://youtu.be/k1oh52G2yB4 নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি। https://youtu.be/BFodc-d50iA নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব https://youtu.be/btCGdpFe8cQ নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে. https://youtu.be/9xtQjcWL6uM জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব https://youtu.be/-ba9QyeMBSg নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব! https://youtu.be/W7MR_sKbEWs জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি. https://youtu.be/wSdLNa5j6Nc ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব. https://youtu.be/tRfFX5t_m4I বীজ শোধন কৈনেকৈ কৰিব লাগে জয় আই অসম...

Comment