মুখ্যমন্ত্ৰীৰ আশংকা অমূলক নেকি ? থাকিবনে ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি একেদৰে ?
62 খন দেশৰ ৰাষ্ট্ৰদূত, দেশ তথা বিদেশৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ উপস্থিতিৰে সফলভাৱে সামৰণি পৰিল Advantage Assam 2.0 ৰ ৷ অভাৱনীয় সহাৰীৰে সমৃদ্ধ হ’ল অসম ৷ বহু লাখ কোটি টকীয়া বিনিয়োগৰ চুক্তি স্বাক্ষৰিত হ’ল ৷ এতিয়া পিছৰ প্ৰক্ৰিয়াবোৰ চৰকাৰে কিদৰে আগবঢ়াই নিব সেয়াহে হ’ব লক্ষ্যণীয় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজিৰ দৰেই এই শান্ত পৰিস্থিতি আগন্তুক দিনতো বাহাল থাকিবনে নাই সেইটোহে ৷
এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ ইয়াত আলোচনা কৰা হৈছে ৷
#himantabiswasharmanews #news18assamne #assamesenews #assampolitics #bjpassampradesh #assamesenewstoday #akhilgogoinews #himantabiswasarma #cmoassam #advantageassam2
.Hi,
I am Ratul Das Sarania. Welcome to my youtube channel real reaction. Thankyou so much.
About my channel
This channel is dedicated to all types of timely videos There will be news and analysis on political, social, economic, cultural, acting, sports, music, drama, literature, travel, business and interviews with various people There will also be discussions on controversial issues broadcast in various media.
My social link
Blog- www.digitaldream24.in
face book- https://www.facebook.com/ratul.sarania.925
Page - https://www.facebook.com/Digital-Dream-646817742488603/
Twiter- https://twitter.com/RatulDasSarani1?s=08
Instagram- https://www.instagram.com/ratuldassarania/
e-mail- [email protected]