MENU

Fun & Interesting

কি শুভ দিন এলো ভাই// মনসা পাচালি গান

Education 2,523 lượt xem 2 months ago
Video Not Working? Fix It Now

জয় মা মনসা। হিন্দু সনাতন ধৰ্মৰ উপাস্য দেবী।
এই দেৱীক ভগৱতী, মনসা, পদ্দা,বিশহৰী আৰ
কিবা কিবি বুলিও কয়। যেটায় নাহৌক এই দেবীক বিশেষ কৰি সৰ্প মালিক বুলি জানা
যায়।দেবলোক চান্দ সদাগৰেৰ সাতে বাদ বিবাদ আছিল।সদাগৰেৰ ছয় বেটা বনিজত যায়া মনসাৰ চক্ৰান্তত চৌদ্ধ ডিঙ্গা সহকাৰে সাগৰত ডুবায়।তাৰ পাছত লক্ষিণদৰেৰ জন্ম হয় আৰ বিয়া ৰাতি লক্ষিণদক সাপে কামৰায়।এই কাহিনী নিয়া মহামুনি ব্যাস মনসা মহাপুৰাণ
খন সৃষ্টি কৰে।এই কাহিনীটায় হিন্দু সনাতন ধৰ্ম
মতে বিয়া অন্ন প্ৰসন আদিত এমন্দে গান আকাৰে কয়।

Comment